বন্ধু accident

ডাক্তৰ:- (ৰোগীৰ বন্ধুলৈ)......... আৰু
যদি এঘণ্টা আগতে আপোনাৰ বন্ধুক
ইয়ালৈ আনিলে হয় তেন্তে তেওঁক আমি বচাই
ল'লো হেতেন.......
.
.
.
.
.
.
.
.
.
.
.
বন্ধু: আৰে হয় নেকি ডাক্তৰ চাহাব ???
পিছে কি কৰিম নো ১৫ মিনিটৰ আগতেহে তাৰ
accident হৈছিল......!!!!!!
ছেঃ তাৰ কপাল বেয়া !!!!

Comments

Popular Posts