ইণ্টাৰভিউ
By
Goutam Gogoi
চাণ্টা
চাণ্টা এবাৰ আকৌ ইন্টাৰভিউ এটা দিবলৈ গৈছিল !
কিন্তু চাকৰি টো অলৰেডি "বছ" ৰ খুলশালীক দিয়া
হৈ গৈছিল । তথাপিও ফৰমেলিটিৰ
কাৰণে ইন্টাৰভিউ
পাতা হৈছিল ...যত কিছুমান অবান্তৰ প্ৰশ্ন সোধা
হৈছিল.......
.......চাণ্টাৰ পাল পৰিল
ইন্টাৰভিউৱাৰ---- ( চান্টাক উদ্দেশ্য কৰি) ।
আপুনি নদীৰ মাজত এখন নাৱত বহি আছে
,আপোনাৰ হাতত দুটা চিগাৰেটৰ বাহিৰে আন একো
নাই ,আপুনি চিগাৰেট টো কেনেকৈ জ্বলাব?
চান্টাই খুউব গহীন আৰু চিৰিয়াচ হৈ কলে ...চাৰ
ইয়াৰ দুই তিনিটা সমাধান আছে ...! ইন্টাৰভিউৱাৰ
আছৰিত...কওকচোন কি কি?
.
.চান্টা--মই এটা চিগাৰেট পানী লৈ দলিয়াই দিয়ক
so
the boat will become lighter...using
this lighter মই
চিগাৰেট টো জ্বলাম!
.
. ইন্টাৰভিউৱাৰ --কি প্ৰলাপ বকিছা ?
.
. চান্টা এইবাৰ আৰু চিৰিয়াচ ,চাৰ আৰু এটা উপায়
আছে... মই চিগাৰেট টো ওপৰলৈ দলিয়াই দিম..আৰু
CATCH ধৰিম !!!!
CATCHES WIN THE MATCHES USE
THIS MATCHES মই চিগাৰেট টো
জ্বলাম !!!!!:'(
ইন্টাৰভিউৱাৰ ---- STUPID
.
. চান্টা-- চাৰ আৰু এটা উপায় আছিল ..মই হাতত
অলপ পানী লম আৰু টোপ টোপ (TIP TIP) কৈ
পেলাই যাম !!
.
. ইন্টাৰভিউৱাৰ -- তাৰ পৰা কি হব?
চান্টা---চাৰ আপুনি গান টো শুনা নাই?
.
.TIP TIP BARSA PANI
PANI NE AAG LOGAYEE
সেই AGG ৰেই মই চিগাৰেট টো জ্বলাই লম !:-P
পাগল হৈ ইন্টাৰভিউৱাৰ জনে চান্টাক
কলে....আপোনাৰ চৰণ দুখন দিয়কচোন....!!
Comments
Post a Comment