হৰ এক ফ্ৰেন্দ কমিনা হোতা হে……

তিনিটা কলা কুকুৰৰ কাহিনী…..
তিনিটা কলা কুকুৰ আছিল ৷ তিনিওটা প্ৰাই
দেখিবলৈ একেই আছিল ৷ এদিনৰ কথা….. বিয়া এখন
আছিল, তিনিওঁ জনে আলোচনা কৰি এজনক পঠাই
দিলে যে, বিয়াৰ সা-খৱৰ লৱলৈ ৷
প্ৰথম জনে গই দেখিলে সকলো থিকে থাকে আছে,
তথাপিওঁ সি লোভ সামৰিৱ নোৱাৰি ইফাল-সিফাল
কৰি ঘুৰি আছিল কৰবাত কিবা সাৱ পাম বুলি,
এনেতে এজন লৰাই বেছাৰৰ মুখত গৰম জিলাপীৰ ৰস
মাৰি দিলে, বেছেৰাই কেং-কেং কৰি লগৰ বন্ধু
দুজনৰ ওঁচৰ পালে…
তাকে দেখি দুই বন্ধুই কলে কি হে বন্ধু তামাম
খালা নেকি ?
প্ৰথম জনে বুদ্ধি কৰি কলে, কি কবা দোস্ত তামাম
খালো…
কথা শুনি দ্বিতীয় জন লৰা-লৰিকৈ ওঁলাল,সি.গই
ইফাল-সিফাল কৈ ঘুৰি আছিলে, এনেতে তাক আগৰ
কুকুৰৰটোৱে অহা বুলি ভাবি এইবাৰ তাক
চিৰা খৰিৰে কমৰত দিলে বেয়াকৈ…বেছেৰাই
কোনোমতে ছোচৰি-ছোচৰি বন্ধু দুজনৰ ওঁচৰ পালে…
সি সেহাই-সেহাই কলে, সি ইমানে খালে যে, তাৰ
কমৰটোৱে উথাৱ পৰা নাই…
৩নং জনে জিমান পাৰে সোনকালে গই বিয়াৰ ঘৰত
উপস্হিত হল…
বিয়াৰ ঘৰৰ মানুহে ভাবিলে ইয়াক চালা ইমান
সাস্তি দিয়াৰ পিছতো ই আহি আছে যে, এইবাৰ
এতা কাম কৰিলে ৩নং কুকুৰটোক বান্ধি থলে,
একেতা কুকুৰ বুলি ভাবি….
বাকি থকা কুকুৰ দুটাই ইমান
সময়লৈ ঘুৰি নহা কাৰনে ভাবিলে যে, তাক
চাগে মাৰিয়ে পেলালে…তাক
আমি সচা কথাটোৱে কোৱাই ভাল আছিল..
সিহতে খৱৰ লবলৈ যাবওঁ ভই লাগিল, মনৰ দুখত
দুয়োজনে তাতেই বহি থাকিল এদিন-এদিন কৰি দুদিন
গল কিন্তু বন্ধুৰ খৱৰ নাই ৷ তিনি দিনিৰ মুৰত
বেছেৰাই কোনোমতে তাৰ পৰা পলাই আহিল,
আহি আৰু তাৰ কি ফুটনি চাবা, সি কলে-মোক
গ্ৰিহস্তই ইমান মৰম কৰিলে, আহিবই
নিদিয়ে আজি একেবাৰে নেওঁতা সেস
কৰিহে কোনোমতে আহিলো…..তাৰ
কথা শুনি বাকি দুজনে বুজিবলৈ একো বাকি নাথাকিল,তই
যে কোনোমতে বাছি আহিছা,,,,,
তেতিয়া প্ৰথম জন কুকুৰে হাঁহি-হাঁহি কলে, হৰ এক
ফ্ৰেন্দ কমিনা হোতা হে……

Comments

Popular Posts