পত্নীৰ ডায়েটিং

নবীনে কাগজত কিবাকিবি কেলকুলেচন
কৰি হাঁহি আছিল।
বন্ধু- কিয় হাঁহি আছা নবীন?
নবীন- মোৰ মানুহজনীয়ে ডায়েটিং কৰি আছে।
বন্ধু- তাতে হাঁহিবলগীয়া কি আছে?
নবীন- এমাহত দহ কেজি ওজন কমিল!
বন্ধু- তাতে হাঁহিবলগীয়া কি হ'ল?
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
নবীন- তাৰ মানে আৰু ছমাহৰ পিছত তাই
নাইকিয়া হৈ যাব!

Comments

Popular Posts