ঘড়ীত লাইট

ছাত্রী- ছাৰ খিড়ীকিবোৰ বন্ধ কৰি দিয়ক।
শিক্ষক- কিয়?
ছাত্রী- আপোনাক এটা গুপুত বস্তু দেখুৱাম।
শিক্ষক- সচাঁ নে ?? (উৎসাহিত হৈ)
ছাত্রী- হয়, আগতে বন্ধ কৰক যাতে অকণো পোহৰ
নোসোমায়।
শিক্ষকে সকলো খিড়ীকি লৰালৰিকৈ বন্ধ
কৰি সুধিলে- এতিয়া?
ছাত্রী- এতিয়া মোৰ ওচৰ চাপি আহক।
শিক্ষকে ওচৰ চাপি আহি লাহেকৈ ক'লে -
কি দেখুৱাবা?
ছাত্রী- এইয়া চাওক মোৰ ঘড়ীত লাইট
জ্বলে !!!

Comments

Popular Posts