এজন পুৰুষৰ জীৱনটো

(1)পুৰুষ ভগবানৰ এনে এক
সৃষ্টি যি সৰুৰে পৰা ত্যাগ আৰু
সমঝোতা কৰিবলৈ শিকে ।
(2) বাল্যকালতে নিজৰ প্ৰিয় চকলেট
2 ত্যাগ কৰে নিজৰ ভন্টীৰ কাৰনে ।
(3) নিজৰ সপোন ত্যাগ কৰি মাক
দেউতাকৰ সুখৰ কাৰনে তেঁওলোকৰ
ইচ্ছা অনুযায়ী কেৰিয়াৰ বাচি লয় ।
(4) তেঁও নিজৰ পকেট মানি GF ক
উপহাৰ কিনি দিয়াতে খৰচ কৰি পেলায়

(5) এজন পুৰুষে তেঁওৰ
যৌৱনকালটো নিজৰ পত্নী আৰু
সন্তানৰ সুখৰ কাৰনে উপাৰ্জন
কৰাতে ব্যস্ত থাকে ।
(6)নিজৰ পৰিয়ালৰ সুখৰ কাৰনে লোন
লয় আৰু সমগ্ৰ জীবনটো লোনৰ
বুজা মাৰি থাকোতেই শেষ হয় এজন
পুৰুষৰ ।
(7) ইমানবোৰ ত্যাগ স্বীকাৰ কৰাৰ
পাচতো এজন পুৰুষে মাক-
দেউতাক ,পত্নী , সন্তানৰ পৰা কটু
কথা শুনিব লগা হয় ।
(8) একে আষাৰত কবলৈ গলে এজন
পুৰুষৰ সমগ্ৰ জীৱনটো নিজৰ
পৰিয়ালৰ সুখৰ কাৰনে উৎসৰ্গিত ।
*
*
*
*
সমগ্ৰ জীবনটো পৰিয়ালৰ কাৰনে কষ্ট
কৰাৰ পাচতো কিন্তু *
*
*
(1) কেতিয়াবা নিজৰ পত্নীক
অকনমান যদি টান কথা শুনায়
তেন্তে পুৰুষজনক কোৱা হয়
**বেচৰম**
(2) পত্নীক বেলেগৰ লগত
বেচিকৈ হলি গলি কৰা দেখি কিবা কয়
যদি তেতিয়া পুৰুষ
জনক কোৱা হয় **সন্দেহবাদী**
(3) আৰু যদি হে পত্নীক বেলেগৰ
লগত বেচিকৈ হলি গলি
কৰা দেখিও
একো নোকোৱাকৈ থাকে তেন্তে পুৰুষজনক
কোৱা হয় **ডৰপুক**
(4) এজন পুৰুষ যদি
ঘৰৰ পৰা বাহিৰত থাকে তেঁওক
কোৱা হয় **আৱাৰা**
(5) পুৰুষজন ঘৰত
থাকিলে**নাকাৰা* *
(6) সন্তানক শাসন কৰাৰ স্বৰ্থত
যদি গালি পাৰে পুৰুষ
জনক কোৱা হয় **জালিম**
(7) সন্তানক
একো নকলে হৈ পৰে **লাপৰবাহ**
(8)পত্নীক বাহিৰত চাকৰি কৰিব
নিদিলে হৈ পৰে পুৰুষজন
**সন্দেহবাদী**
(9)পত্নীয়ে চাকৰি কৰে যদি পত্নীৰ
কামানিৰে খোৱা ।
(10)মাকৰ কথা শুনে যদি পুৰুষজন
হৈ পৰে মাকৰ **চামচা**
আৰু
পত্নীৰ কথা শুনিলে পুৰুষজন
হৈ পৰে **জৰু কা গোলাম**
সমগ্ৰ জীৱন2 ত্যাগ সমঝোতা ,
সংঘৰ্ষ কৰি কটোৱাৰ পাচতো এজন
পুৰুষে নিজৰ কাৰনে একোৱেই
নিবিচাৰে , বিচাৰে মাথো অলপমান
প্ৰকৃত মৰম ।
এজন পুৰুষ কাৰোবাৰ পুত্ৰ ,
দাদা ,BF, পতি ,জোঁৱাই, দেউতা হব
পাৰে যাৰ Life2 সদায়
সমস্যাৰে ভৰি থাকে ।
So always
respect A Male

Comments

Popular Posts