ফোন®

চিন্টুৱে FM ৰেডিঅ স্টেচনত ফোন কৰিলে ......
চিন্টু : হেলো, এইটো FM 97.3 হয়নে ?
RJ : হয়, কঁওক !
চিন্টু : মোৰ কথা সকলোৱে শুনা পাই আছে নেকি??
RJ : হয়, সকলোৱে শুনা পাই আছে । কঁওক এতিয়া !!
চিন্টু : তাৰমানে মোৰ ভন্টিয়ে যে ৰেডিঅ
শুনি আছে , তাইও মোৰ কথা শুনা পাই আছে নেকি ?
RJ : আপোনাৰ ভন্টিয়েও শুনি আছে ....
এতিয়া সমস্যাটো কঁওক ?
চিন্টু : হেলো পিংকি ,
যদি কথা শুনি আছা তেতিয়াহলে সোনকালে পানীৰ
মটৰৰ ছুইছটো অন কৰি দে ! মই টয়লেটত
বহি আছো পানী শেষ হৈ গৈছে । তোৰ নম্বৰটোও
বন্ধ । সোনকালে ছুইছ অন কৰি দে ।

Comments

Popular Posts