ইটোতকৈ সিটো চৰা

এবাৰ আফ্ৰিকাৰ নিগ্ৰো এহাল আহিল অসম
ফুৰিবলৈ । লগত
তেওঁলোকৰ এবছৰীয়া সন্তানটো । চিৰিয়াখানা চাওঁ
বুলি বাচত
উঠোতেই কণ্ডাকৰজন হাঁহিত থাকিব নোৱাৰা হ'ল । "
ইমান
এঙাৰ ক'লা পোৱালীও কাৰোবাৰ
থাকেনে..হাঃহাঃ ?"
তাকে শুনি নিগ্ৰোহালৰ বৰ দুখ লাগিল..অথচ
একো এটা কবও
নোৱাৰি..অচিনাকি ঠাই । ভোৰভোৰাই মুখৰ
ভিতৰতে গালি দুটামান দি চীটত বহিলগৈ ।
আমাৰ হৰেনো আছিল আকৌ সেইখন বাচতে ।
সি সুধিলে "
ঘটনাটো কি হ'ল দোষ্টি ?"
নিগ্ৰোজনে ক'লে " দেখিছেনে কণ্ডাকৰজনে মোক
ইমান
অপমান কৰিছে পুৱাই পুৱাই..যি তি কথা কৈছে মোক

আপোনালোকে বিদেশী অতিথিক এইদৰেই সন্মান
দিয়ে নেকি ?"
বচ..হৰেনৰ তাঁৰ চিঙি গ'ল । সি ক'লে " কি ??
আপোনাক
অপমান কৰিছে ??? এতিয়াই গৈ তাক
ভালদৰে দুঘোঁচামান
দি দিয়ক..মই আছোঁ চিন্তা নকৰিব । আৰু এই
চিম্পাজীৰ
পোৱালীটো মোক দিয়ক । কামুৰিব
নি আকৌ
..ভয়ো লাগে দিয়কচোন ।"

Comments

Popular Posts