ভগবান হেৰাল

দুটা ৫/৭ বছৰীয়া সৰু সৰু লৰা, যি ফালেই যায়
সেইফালেই কিবা এটা অঘটন কৰি থৈ আহে । সিহঁত
দুইটাৰ উৎপাতত সমগ্ৰ গাওঁখনেই অতিষ্ঠ
হৈ পৰাৰ সময়তে গাওঁখনলৈ এজন সন্যাসী আহিল ।
ওচৰ চুবুৰীয়া সকল আহি কলে মাক-দেউতাকক
...সন্যাসীজনৰ ওচৰলৈ লৈ যাবলৈ ।
মাকে সৰু ল'ৰাটোক সন্যাসীজনৰ ওচৰলৈ লৈ যোৱাৰ
পাচত ....
সন্যাসী :---{মাকৰ প্ৰতি }আপুনি ৰূমৰ পৰা বাহিৰত
থাকক
.
.
মাক বাহিৰলৈ যোৱাৰ পাচত
.
.
সন্যাসী:--বেটা ,কোৱাচোন, ভগবান
ক'ত aase..??
সৰু লৰাটোৱে একো নকলে মাথো সন্ন্যাসী জনৰ
মূখলৈ চাই থাকিল ।
সন্যাসীজনে পুনৰ সুধিলে:--- বেটা, ভগবান ক'ত
আছে ..??
সৰু
ল'ৰাটোৱে এইবাৰো একো নকলে মাথো সন্যাসীজনৰ
মূখলৈ চাই থাকিল ।
সন্যাসীজনৰ অলপ খং উঠিছিল সেয়েহে অলপ খংত:--
বেটা , ভগবান কত আছে....??
সৰু লৰাটোৱে হুচ ঘোৰায় পোৱাৰ দৰ
হৈ একে জাপে ৰুমৰ দৰ্জা পাৰ
হৈ দৌৰি দৌৰি নিজৰ ঘৰ পাই বিছনাৰ তলত
সোমোৱা দেখি ককায়েক অৰ্থাৎ
6বছৰীয়া লৰাটোৱে সুধিছে ,,কি হল কিয় বিচনাৰ
তলত সোমালি ভাইটী ..??
সৰু লৰাটো ভয়ে ভয়ে ....দাদা ,তইয়ো বিচনাৰ তলত
লুকা ।
ককায়েক অৰ্থাৎ ৭ বছৰীয়া লৰাটো বিচনাৰ তলত
সোমায় ...ভাইটী কি হল ,কচোন ??ইমান তই ভয়
কৰা দেখি মোৰো বহুত ভয় লাগিছে ।
সৰু লৰাটো :-দাদা আমি এইবাৰ
বেয়াকৈ ফচিলো,,ভগবান
কৰবাত হেৰাল ,,আমাৰ হাত আছে বুলি এই কেচটোত
মোক সুধপুছ কৰিছে।দাদা ,আমি ফছিলো এইবাৰ ।৷

Comments

Popular Posts