ডাক্তৰৰ চিলাই

মানুহ এজনৰ
এক্সিদেন্ট
হৈ ডাক্তৰৰ ওচৰত
গল ।
.
ডাক্তৰ = বিশেষ
একো হোৱা নাই ,
হাতৰ
কটা ঠাইখিনি চিলাই
কৰি দিম ।
.
মানুহজন= ডাক্তৰ
বাবু ..........
.
.
ডাক্তৰ =
চিন্তা কৰাৰ
কোনো প্ৰয়োজন নাই
। চিলাই দিয়াৰ
পিছত বিষটো কমিব

.
.
.
মানুহজন= নহয়
ডাক্তৰ বাবু , মই
সেইবাবে চিন্তা কৰা নাই

কটা খিনিটো চিলাবই
লগত মোৰ
জোতা যোৰো যেন
চিলাই কৰি দিয়ে ।
এক্সিদেন্টৰ সময়ত
মোৰ
জোতাযোৰো ফাটি থাকিল

Comments

Popular Posts