ভাৰত ভ্ৰমন

এবাৰ এজন আমেৰিকান ভাৰতলৈ আহিছিল ।তেওঁ
একেবাৰে আহি আমাৰ অসমলে আহিলে আৰু আহিয়েই
চাহ দোকানত সোমালে ।
দোকানীয়ে খাবলৈ শিঙৰা আনি দিলে ।
শিঙৰা খাই আমেৰিকান জনৰ মূৰ গৰম হৈ গল ।
যোৱাৰ সময়ত এটা শিঙৰা কিনি লৈ গল ।
পিছদিনা অফিচ গৈ বচ'ক কলে -
Amerikan- চাৰ মই অসমলে গৈ এনেকুৱা এটা বস্তু
খালো যে এটিয়াও ধৰিব পৰা নাই ।
Boss- বোলে কি বস্তু খালেহে?
American- (শিঙৰাটো পকেটৰ পৰা উলিয়াই)
বোলে এই বস্তুতোত মইদাৰ ভিতৰত আলু
কেনেকৈ সোমাল....??
বচে আমেৰিকান জনক এটা ৰামচৰ সোধালে আৰু কব
ধৰিলে
.
.
.
.
.
.
.
.
.
.
Boss- (পকেটৰ পৰা কিবা এটা উলিয়াই লৈ) মইওঁ
বিশবছৰ আগতে অসমলৈ গৈছিলো, আৰু এই
জেলেবি খনত মইদাৰ ভিতৰত
কেনেকৈ চেনী সোমালে সেইটোৱে যোৱা বিশবছৰে উলিয়াব
নোৱাৰিলো আৰু চাল্লা তই আহিছা নতুন
সমস্যা লৈ ভাগ ইয়াৰ পৰা ।

Comments

Popular Posts