পৰীক্ষা

নগেনৰ পুতেক পাপ্পুক এদিন তাৰ স্কুলৰ মেম এজনীয়ে পৰীক্ষা ললে,
তাৰ লগৰ বহুতেই ফেল কৰিলে, কিন্তু সি পাছ কৰিলে..
পৰীক্ষাটোত সুধা প্ৰশ্নবোৰ আছিল এনেধৰণৰ-
১/ কোৱাচোন, এনেকুৱা কি বস্তু আছে, যিটো নেকি গৰুৰ চাৰিটা থাকে কিন্তু মোৰ
দুটা হে আছে ?
পাপ্পু- (legs)ভৰি মেম..
২/ এইবাৰ কোৱা, এনেকুৱা কি বস্তু তোমাৰ পেণ্টত ককালৰ তলত আছে, যিটো মোৰ
মেখেলাত ককালৰ তলত নাই ?
পাপ্পু- পকেট..
৩/ মতা আৰু মাইকী মানুহে দিনৰ সলনি যে ৰাতি বিচনাত
বাগৰি বাগৰি মাৰে সেইটো কি ?
পাপ্পু- টোপনি..
৪/ প্ৰথমবাৰ কি কৰোঁতে ছোৱালী বোৰে বহুত চিঞৰে?
পাপ্পু- কাণৰ ফুটা কৰোঁতে..
৫/ আধা সুমুৱাই থলে দুখ পাই আৰু পূৰা সোমাই গলে ভাল লাগে যে, সেইটো কি ?
পাপ্পু- হাতৰ খাৰু..
৬/ আৰু সেইটো কি, যাৰ তাত থাকে সি হাতেৰে ধৰি লৰাই থাকে আৰু যাৰ তাত
নাথাকে সি আঙুলি সোমোৱাই.
পাপ্পু- টোঠব্ৰাচ toothbrush..
মেম- পাপ্পু পাচ হৌ গেয়া...!!!

Comments

Popular Posts