বেচেৰা পতি !!
পতি : তুমি ইমান ধুনীয়া ।বিয়াৰ
আগতে চাগে তোমাৰ বহুত বয়ফ্ৰেন্দ আছিল ন' ?
পত্নী : আছিলে ! আজিকালিতো চবৰে কিবা নহয়
কিবা থাকেই ।
(এইবুলি পত্নীয়ে এটা এনভেলপ আৰু এখন ১০০
টকীয়া নোট দিলে গিৰিয়েকক)
পতি : কি এয়া ?
পত্নী : মোৰ যেতিয়াই নতুন বয়ফ্ৰেন্দ হৈছিলে মই
এনভেলপত এটা এটা চাউল ভৰাই গৈছিলো
পতি :(খুলি চাই) মাত্ৰ তিনিটা চাউল ! মই ভয়েই
খাইছিলো ১০টা মান হব বুলি !
পিছে ১০০ টকাটো কিহৰ ?
...
.
.
.
.
.
.
.
.
পত্নী : ১০০ টকাতো তাৰেই চাউল ২
কেজি বিক্ৰি কৰি পোৱা টকা আকৌ !
অকৰাতো ক'ৰবাৰ!
Comments
Post a Comment