এয়া ২০৫০ চনত হ'ব লগা কাল্পনিক সাম্ভাৱ্য এটি ঘটনাঃ

এজনী ছোৱালীয়ে
লুঙ্গি আৰু টি চার্ট
পিন্ধী তিনি আলিত ৰৈ
চিগাৰেট হুপি আছিল।
ৰাস্তা টো দি
বহুত মানুহ অহা-যোৱা কৰি
আছে কিন্তু এজনী ছোৱালীয়ে
তিনি আলিত ৰৈ চিগাৰেট
হুপি আছে তাইলৈ কোনোৱে
গুৰুত্ব দিয়া নাই।।
কাৰ কি আহে যায়
নিজৰ টকাৰে হে চিগাৰেট
হুপিছে, হুপক।
হঠাৎ ছোৱালী জনিয়ে
এজন ২৫ বছৰিয়া
সুন্দৰ ডেকা ল'ৰাক
ৰাস্তাৰে দি গৈ থকা দেখিলে।
ল'ৰা জন ছোৱালী জনিক
খুব ভাল লাগিল,
ছোৱালী জনিয়ে ল'ৰাজনক
উদেশ্যি মাত লগালে
:(উচ্চ কন্ঠত) হেল্লৌ… চমচম"
অলপ ৰ'বাচোন!
:হয় কওঁক চোন……
:আই লভ্ ইউ!
:ছিঃ আপোনাৰ ঘৰত কি দেউতা,
দাদা,ভাইটী নাই নেকি?
:আছে, কিন্তু বয়ফ্রেন্ড নাই,
তোমাকেই মই বিয়া কৰাম!!!
:মই আপোনাৰ ডাঙৰ দাদা দৰে
কি কৈছে এইবোৰ। আপোনাৰ
লাজ লগা নাই?
তেতিয়াই সেই ল'ৰা জনৰ
gf উপস্থিত হয় হি, তিনি
আলিটোত। তেতিয়া ল'ৰা জনে
তাৰ gf কান্ধত মূৰ থৈ কান্দি
কান্দি কয়……
:চোৱা জানু এই ছোৱালী
জনিয়ে মোক আই লভ্ ইউ
বুলি কৈছে। আৰু আৰু……
তাৰপাছত ল'ৰাজনৰ gf সেই
ছোৱালী জনিৰ লগত
মৰামৰি আৰম্ভ হৈ গল
…ওয়াই ডিচুম ডুচুুম,চুলি
ছিঙা ছিঙী "ইত্যাদি !!!
অভদ্ৰ ছোৱালী জনি গোটেই
চুলি বোৰ চিঙি পেলালে
তাকে দেখি ল'ৰা জনে
আন্দত তালি বজাইছে।
তাৰপাছত ল'ৰা জনে
Gf জনিক সাৱতি ধৰি
"তুমি নথকা হলে আজি মোৰ
সর্বনাশ হয় গল হয়"
আই লভ্ ইউ জানু।।
# বিঃদ্ৰ = কেৱল জমণীৰ বাবেহে ।
সকলোৱে যেন ৰসাল মন্তব্য
হে কৰে । বিতৰ্ক সৃষ্টি আৰু
অশালীন মন্তব্য নকৰে যেন।।

Comments

Popular Posts