কি কি শিকিলা ??
শিক্ষক: “3 Idiots”
চিনেমা খন চাই তোমালোকে
কি কি শিকিলা???
বাবলু: ছাৰ.. এটাই
শিকিলো যে
ইঞ্জিনিয়াৰিং পঢ়ি মেডিকেলৰ
ছোৱালী পটাব পাৰি।
শিক্ষক:
ছাট আপ, বাহিৰ হৈ যোৱা
ক্লাছৰ পৰা।
পিকুঃ ছাৰ মই কওঁ নেকি?
শিক্ষক: ভেৰি গুড। পিকু কোৱা!!
পিকু: ছাৰ
কলেজৰ প্ৰথম দিন
আন্ডাৰওয়েৰ
অৱশ্যই পিন্ধিব লাগে!
শিক্ষক: তুমিও ক্লাছৰ পৰা বাহিৰ
হোৱা। ননচেন্স।
:
পল্লৱ: ছাৰ মই কম?
শিক্ষক: আৰে পল্লৱ
তুমি তো ব্ৰিলিয়েন্ট
ছাত্ৰ । ইহে এইবাৰ সঠিক উত্তৰ টো
কব!! কোৱা পল্লৱ।
পল্লৱ: ছাৰ আচলতে কথাটো এনে
ধৰণৰ "ডাক্তৰৰ উপৰিওঁ ইঞ্জিনিয়াৰেওঁ
ডেলিভাৰি অপ্ৰাৰ্চন কৰিব পাৰে"…!!।
Comments
Post a Comment