পতি - পত্নীৰ চিন্তা

ৰাতি দুয়ো পতি পত্নী একেখন
বিচনাতে মনে মনে বহি কিবা চিন্তা কৰি আছে ।
পত্নীৰ চিন্তা :
* অথনিৰে পৰা মোৰ লগত কিয় কথা পতা নাই ।
* বেলেগ কাৰোবাৰ কথা ভাবি আছে নেকি ?
* বেলেগ মহিলাৰ প্ৰেমত পৰা নাইটো ?
* মই অলপ শকত
হৈ যোৱা কাৰণে এনে কৰিছে নেকি ?
* মোক এতিয়া প্ৰয়োজন বোধ
বুলি নাভাবে নেকি ?
* মোৰ কথা বতৰাত কিবা বেয়া পাই
আছে নেকি ?
* হে ভগৱান মোক ড্ৰাইভোচ দিব নেকি?
* তেনেখন কৰিলে মোৰ
লৰা ছোৱালী কেইটা কি গতি হব ?
পতিৰ চিন্তা
* ধেৎ চাল্লা, আজি ফুটবল খেলখনত North east এ
ফটোৱা খেলিলে ।

Comments

Popular Posts