মূৰ্খ কোন ??

পতিয়ে পত্নীক ইংৰাজী শিকাই আছে । ৰাতিৰ
খাদ্যক ডিনাৰ বুলি কয় আৰু দিনৰ খাদ্যক লাঞ্চ্
বুলি কয় .....
.
.
.
দুপৰীয়াৰ খানা খাবলৈ পতিক
পত্নীয়ে মাতিছে ...
পত্নী : হেৰা শুনিছানে, ডিনাৰ দিছোঁ খাই
লোৱাহি !
পতি : (অলপ খঙেৰে) তোমাক অলপ
আগতে কি শিকাইছিলো ? দিনৰ খানাক ডিনাৰ
নহয় লাঞ্চ্ বুলিহে কয় । মূৰ্খ কৰবাৰ .....
পত্নী : মোৰ ঠিকেই মনত আছে ।
এইয়া ৰাতি বনোৱা বাহি খানা হে দিছোঁ .....
এতিয়া কোৱাচোন মূৰ্খ তুমি নে মই ....!!

Comments

Popular Posts