বাঘ চোৱাৰ অভিজ্ঞতা
গোবিন দাৰ লগৰ এটাই এদিন হাবিলৈ বাঘ
চাবলৈ গ’ল|
পিছদিনা গোবিন দাই সুধিলে, "কি কি দেখিলি?
কি কি শিকিলি ভাই?"
লগৰটো : শিকিলোঁ যে বাঘক সুৰসুৰাই দিলেও
নাহাঁহে...
গোবিন: আৰু কি শিকিলি?
লগৰটো : আৰু শিকা নাই, শিকিম হে কাইলৈ... এখন
হাতেৰে কেনেকৈ জোতাৰ লেছ বান্ধিব লাগে,
তাক শিকিম ৷৷৷
Comments
Post a Comment