By Hemanta Hondique > যদি ভাল লাগে আনকো এই জ্ঞান বিতৰণ কৰিবলৈ নাপাহৰিব ৷৷
১) যদি আপোনাক কুকুৰে কামোৰে আপুনিও কুকুৰটোক
কামুৰি দিয়ক.. হিচাব বৰাবৰ…
২) গাখীৰ যদি ফাটে তেনেহলে বগা সূতাৰে চিলাই
কৰি থ’ব৷ কোনেও গমেই
নাপাব
৩) যদি আপোনাৰ খুব
চুলি সৰে তেনেহলে মূৰটো খুৰাই পেলাব..
চুলি সৰা বন্ধ
হৈ যাব
৪)
যদি ডিঙি বিষাই আছে তেনেহলে কাৰোবাক
ভালদৰে টেটুচেপা দিবলৈ কওক দুইম
িনিটমান.. তাৰপাছত কেতিয়াও আৰু
ডিঙি নিবিষায়..
৫) যদি আপোনাৰ হাতখন খুব বিষাই
আছে তেনেহলে এটা ডাঙত হাতুৰী লৈ ভৰিৰ
বুঢ়া আঙুলিত প্ৰচণ্ড মাৰ শোধাওক.. হাতৰ বিষ
পাহৰি যাব
৬) যদি আপোনাৰ দাঁত
পোকে খাইছে তেনেহলে এসপ্তাহ লঘোণে থাকক..
খাবলৈ নাপাই সকলো পোক মৰি যাব
৭) যদি আপোনাৰ
ৰাতি টোপনি নাহে তেনেহলে দিনতে টোপনি মাৰক..
এইবোৰ পালন কৰি কিবা লাভ হ’লে মোক আশীৰ্বাদ
কৰিবলৈ নাপাহৰিব৷
অৱশ্যে মই এনেও অতি সুখী!!!
Comments
Post a Comment