By Ideal Hero Binud Borah


নগেন কাই চিনেমা চাবলৈ গৈছিল । চিনেমা হলৰ
বাহিৰত এটা ভিক্ষাৰী লগ পালে
.
.
.
.
.
আল্লাৰ নামত কিবা এটা দি দিওক. . . .দুদিন
ধৰি ভোকত আছোঁ ।
.
.
নগেনে জেপৰ পৰা ১০০ টকাৰ এটা নোট ওলিয়াই
ভিক্ষাৰী জনক সোধিলে-->তুমাৰ ওচৰত ৫০ টকাৰ
খুচুৰা আছে নে ???
.
.
ভিক্ষাৰীজনে আনন্দত চিঞৰি উঠিল --
>আছে আছে মোৰ ওচৰত ৫০ টকাৰ খুচুৰা আছে ।
.
.
নগেনে কলে-->আবে চালে প্ৰথমে সেইটো গৈ খৰচ কৰ
না ।

Comments

Popular Posts