By Nayan Mani
১৯৮০::
ছোৱালী :- মা, মই চাদৰ-মেখেলা পিন্ধি যাওঁ
নেকি ???
মা:- যোৱা ..।
১৯৯০::
ছোৱালী :- মা, মই jeans পিন্ধি যাওঁ নেকি ??
মা:- যোৱা যোৱা..।
2000::
ছোৱালী :- মা মই mini top&skrt পিন্ধি যাওঁ
নেকি ??
মা:-
কি পিন্ধি যোৱা সেইবোৰ ...মানুহে কি বুলিব !!!!!
,,
,
,
২০১৫::
ছোৱালী :: মা, মই যাওঁ দেই..........। মা:- যোৱা .........
.
.
কিবাকিবি অলপমান হলেও
পিন্ধি যাবলৈ নাপাহৰিবা.........
Comments
Post a Comment