BY Vikas PatoWary » ek se barkar ek
দুজন এলেহুৱাই এজোপা আমগছৰ তলত শুই আছিলে ।সেই
সময়তে আম এটা গছৰ পৰা সৰি পৰিল ।দুয়জনৰে ভোক
লাগিছিল কিন্ত ইমাই দুয়োজনে এলেহুৱা আছিল
যে আমটো কোনো এজনেই আনিবলৈ যোৱা নাছিল ।
সেই সময়তেই এজন ভদ্ৰলোক
সেইফালৰে আহি আছিলে ।মানুহজনক প্ৰথমে প্ৰথমজন
এলেহুৱাই দেখিলে ।
প্ৰঃ এলেহুৱা=> (ভদ্ৰলোক জনক উদ্দেশী)
বেয়া নেপাই যদি সেই আমটো আনি দিবনে?
মানুহজনে বিনা প্ৰতিক্রিয়াই আমটো আনিদিলে ।
প্ৰঃ এলেহুৱা=> আমটো ধুই আনি দিয়কছোন plz.
মানুহজনে পুনৰ কোনো প্ৰতিক্রিয়া নেদখুৱাই
ওচৰতে থকা পুখুৰীটোত আমটো ধুই আনি এলেহুৱা জনক
দিলে
প্ৰথম এলেহুৱা=>
আপোনা যেতিয়া ইমানখিনি কৰিলেই একেবাৰ মোক
আমটো খুৱায়ে দিয়ক ।
আৰে বাবা সহ্যৰো এটা সিমা থাকেটো।
ভদ্ৰলোক জনৰ এইবাৰ কিন্ত টেমা ছুটি গল আৰু
এলেহুৱাটোক দাঙি আনি পুখুৰীটোত দলিয়াই দিলে ।
ইমান পৰে দ্বিতীয় এলেহুৱাই এইবোৰ চাই
হাহি আছিলে ।সি হাঁহি হাঁহিয়ে ভদ্ৰলোকজনক
উদ্দেশ্যি কলে
দ্বতীয় এলেহুৱা=> নকবো দিয়ক ইয়াৰ কথা ।বেটাই
ইমানেই আলসীয়া অথনি কুকুৰ এটাই আহি মোৰ মুখত
পেচাব কৰি দিলে বেটাই খেদিকে নিদিলে ।
Comments
Post a Comment