মাক নে বাপেক ??

ৰমেন বাচ আস্থানত ৰৈ আছে ।
তেনেতে দীঘলীয়া চুলিৰ টাইত জীনছ আৰু দেহাত
একেবাৰে লিপিত খাই থকা T SHIRT পৰিহিত
ছোৱালী এজনী দেখি কাষতে ৰৈ থকা অচিনাকি অত্যাধুনিক
মহিলা এগৰাকীলৈ চাই কৈছে....... কি যে দিন কাল
হৈছে আৰু দেই । দেখিছেনে ছোৱালীজনীৰ কাপোৰ
পিন্ধাৰ ষ্টাইল !!!!
.
.
.
মহিলা : কি কথা কব আহিছ !!
সেইজনী ছোৱালী নহয় সি মোৰ ল'ৰাহে ।
.
.
.
ৰমেন : (সেপ ধুকি) নহয় মানে বাইদেউ মই
নাজানো নহয় আপুনি যে তাৰ মাক !!
.
.
.
.
.
.
মহিলা : (গৰজি উঠি ) কি কথা কবলৈ আহিছ ?? মই
তাৰ মাক নহয়...............
.
.
.
.
.
.
.
.
.
বাপেক হে !!!!
ৰমেন পলাল তাৰপৰা ।

Comments

Popular Posts