বেহুচ

পাপুৰ দেউতাক এটা ডাঙৰ কোম্পানী এটাত
কাম কৰিছিল ।
কোম্পানীৰ কামৰ বাবে পাপুৰ দেউতাক
এমাহৰ বাবে আমেৰিকালৈ জাব লগা হ'ল ।
এমাহ পিচত পাপুৰ দেউতাক উভতি আহিল ।
ঘৰলৈ আহি পাপুক বাহিৰত মন
মাৰি বহি থকা দেখি সুধিলে,
দেউতাক : কিয় মন মাৰি আছা ?
পাপু : দেউতা তুমি আহিলাই ?
দেউতাক : অহ, মায়েৰা কত ?
পাপু : মা টো মৰি গ'ল ?
দেউতাক : কি ? তই ইমান দিনে মোক কিয়
কোৱা নাছিলি ?
,
,
,
,
,
,
,
পাপু : ভাবিছিলু তুমাক ছাৰপ্ৰাইজ দিম ।
দেউতাক বেহুচ

Comments

Popular Posts