সোণৰ কণী

এইবাৰ থুলুকৰ মৃত্যু হল ॥
সি ওপৰলৈ গৈ ভগৱানক কলে " মোক
দয়া কৰি আকৌ এবাৰ পৃথিৱীলৈ পঠিয়াই
দিয়ক মই সদায় আপোনাৰ চাকৰ হৈয়ে কটাম"
মাথোন এবাৰ মোক সুবিধ দিয়ক ॥
ভগৱানে তাৰ কথা পেলাব
নোৱাৰি এজনী মূৰ্গীৰ ৰূপত জন্ম দিলে ॥
কিছুদিনৰ পাছত সি এটা কণী পাৰিলে ॥
কণী পাৰি সি পিছলৈ ঘূৰি চাই
যে কণীটো সোণৰ ॥
হাও ...হাও...কক কক ককক কক
সি এই দেখি আনন্দত থাকিব
নোৱাৰি আকৌ এবাৰ
কণী পাৰিবলৈ চেষ্টা কৰিলে আৰু পিছৰ
বাৰটো সি এটা সোণৰ কণীয়েই পাৰিলে ॥
সি আনন্দত থাকিব নোৱাৰা হৈ পৰিল..!
আকৌ এবাৰ সি চেষ্টা কৰি চোৱাৰ
হকে যোৰ লগালে..
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
তাৰ ঘৈণীয়েকে গোৰ মাৰি মাৰি জগাই
কলে - ছালা কুকুৰ তই
আজি আকৌ বিচনাতেই হাগিলি ...!

Comments

Popular Posts