⇩⇩

প্ৰেমিকা - মই যদি ম'বাইল ফোন
হ'লোহেতেন কিমান লৰাই যে মোক
ল'লেহেতেন ।
প্ৰেমিক - হয় ।
প্ৰেমিকা - কিমানে যে বুকুত
সাৱটি ল'লেহেতেন।
( অলপ মাথা গৰম হ'ল তথাপি বিশেষ
একো নকলে )
প্ৰেমিক - হয় ।
প্ৰেমিকা - কিমান যে লৰাই গালত
চুমা দিলেহেতেন ।
( পোৰা মাথা গৰম হৈ গ'ল প্ৰেমিকৰ
আৰু ক'লে )
প্ৰেমিক - CHARGER ডাল ক'ত লগাব
ক ??

Comments

Popular Posts