১ কেজি কম

ছোৱালী এজনীৰ ওজন যুখি ডাক্তৰে কলে:-
তোমাক এতিয়াই medical ওত admit কৰিব
লাগিব .(.(
ছোৱালী :- কিন্তু কিয় ???
মোৰটো একো হোৱা নাই....
ডাক্তৰ :- হয়, কিন্তু যোৱা কালিৰ তুলনাত
তোমাৰ ওজন আজি ১ কিল'গ্ৰাম কমিছে......
ছোৱালী :-- হে হে ....ডাক্তৰ চাহাব, ভয় কৰিব
লগীয়া একো নাই.....
,
,,
,,
আজি মই মেকাপ নকৰাকৈ আহিছো,...

Comments

Popular Posts