গাৰ্লফ্ৰেণ্ড

গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈছিলোঁ।
কলিংবেল টিপাৰ পাচত,
গাৰ্লফ্ৰেণ্ডৰ ভনীয়েক ওলাই আহিল।
দেখিবলৈ ধুনীয়া, আৰু অলপ 'হেৰি'
ধৰণৰো।
ক'লে…,
"আজি ঘৰত কোনো নাই।
মই অকলে আছো।
ভিতৰলৈ আহক না।
অলপ কথা পাতিম…!"
.
হে ভগৱান…!
মই লগে-লগে উভতি, 'বাইক'-খনৰ ওচৰ
পালোহি।
.
ঠিক তেতিয়াই, ভিতৰৰ পৰা গোটেই
মানুহবোৰ ওলাই আহিল। ওলাই আহিয়েই
মোক সাৱটি ধৰিলে। আৰু ক'লে…,
"…তুমি পৰীক্ষাত 'পাছ' হ'লা। তোমাৰ
চৰিত্ৰ অতি উত্তম…!
.
হে হৰি…!!
কবলৈ মন গৈছিল,
.
বুৰ্বকৰ নাতি চব,
.
.
.
আব্বে…!
মইতো 'বাইক'-টো
Lock কৰিব আহিছো বে…!!

Comments

Popular Posts