নগেন কাই জীয়েক হঁতৰ বিয়াৰ যৌতুক

নগেনকাইৰ ৪ জনী জীয়েক । পিছে বিয়া হোৱা নাই এজনীৰো ।
নগেনকাইয়ে এজন ঘটকক মাতি কলে- ৪জনীৰ বাবে মই বহুত পইচা গোটাই থৈছোঁ । কোনোবাই বিচাৰিলে কবা ডাঙৰজনীৰ লগত ৩০ হাজাৰ , মাজুজনীৰ লগত ৫০ হাজাৰ , পিছ�ৰজনীৰ লগত ৭০ হাজাৰ আৰু একেবাৰে সৰুজনীৰ লগত ১লাখ টকা দিম।
.
.
.
.
.
.
( কেইদিনমাৰ পাছত )
এদিন এজন লোক আনিলে ঘটক জনে।

মানুহজনে সুধিলে __ আপুনি এজনীৰ বাবে ৩০ হাজাৰ ,................. আন এজনীৰ বাবে ১.................লাখ দাম ৰাখিছে কিয় ??

নগেনকাইৰ উত্তৰ@ ডাঙৰজনী কলা, দ্বিতীয়জনী বোবা, তৃতীয়জনী কণা ॥

মানুহজনে আকৌ সুধিলে @ চতুৰ্থজনী কথা নকলে যে?

নগেনকাইৰ উত্তৰ +
'
'
'
'
'
'
'
'
'
'
অ অ অ
   তা� চকুত লগাকৈ ধুনীয়াই।
পিছে ......
.
,.
.
.
.
.
.
.
.
.
.
.
. :-D
O-)
.
.
.
.
.
.
.
.

পিছে তাই অলপ অলপ গা-ভাৰী ॥॥॥

Comments

Popular Posts