প্ৰেমত পৰা লৰা সকলৰ বাবে ১০ টা টিপছ:
১. সদায় প্ৰেমিকাক নিজৰ বাহুবন্বনত
লৈ কথা ক'বলৈ চেস্টা কৰিবা...যাতে তাই নিৰাপদ
অনুভৱ কৰে |
২. প্ৰেমিকাক সদায় নতুন নতুন
ঠাইলৈ লৈ যোৱা চেস্টা কৰিবা ..
৩. JUNK Food ৰ পৰা প্ৰেমিকাক দুৰত ৰখাই ভাল..
৪. সদায় প্ৰেমিকাক মৰমেৰে এবাৰ হলেও "I LOVE
YOU" বুলি কবা..(ইচ্চা নহলেও)
৫. প্ৰেমিকাক ফুলাবলৈ লৈ যোৱাৰ আগতে এবাৰ
হলেও নিজৰ POCKET MONEY চাই লোৱা ভাল |
'
'
'
৬. প্ৰেমিকা যদি কথা কোৱাত EXPERT,
তেতিয়া প্ৰেমিক জন ইমৰান
হাচমি দৰে হোৱা ভাল |
(কথাতো কি কৈছো বুজি পাইচে চাগে )
৭. প্ৰেমত পৰাৰ পিচত FACEBOOK t নতুন Friend
Request(ছোৱালীৰ) Accept নকৰাই ভাল..
৮. প্ৰেমিকাই সদায় প্ৰেমিক ৰ MOBILE চেক
কৰে..সে্য়ে প্ৰেমিকাৰ PHOTO WALPAPER
হিচাপে MOBILE ত ৰখা ভাল..
৯. প্ৰেমিকাৰ Birthday, Valentine Day, propose day,
ROSE DAY, লগ পোবা day, KISS DAY, কেতিয়াও
পাহৰি নাযাবা (লাগিলে MOnday,sunday
পাহৰি যোৱা)
'
'
'
১০. গান গাবলৈ নাজানিলেও গান গাবা,
কবিতা নাজানিলেও কবিতা লিখিবা, আৰু.........
;
.
'
'
'
'
'
'
'
'
'
'
'
'
'
'
'
'
'
'
'
আৰু একো নাই অ'
Comments
Post a Comment