পুলিচ বিষয়াৰ পুত্ৰ

এজন পুলিচ বিষয়াৰ পুতেকে পৰিক্ষাৰ ফলাফলত
সকলো বিষয়তে শূণ্য পোৱাৰ বাবে বাপেকৰ
খং চুলিৰ আগ পালেগৈ !
বাপেক : তই এতিয়া নিজে ক'অ, মই তোক
কি হাস্তি দিব লাগে ?
.
.
.
.
.
.
.
.
.
.
.
.
.
পুতেক: দেওঁতা মই তোমাৰে সন্তান,এই ৫০
টকা লোৱা আৰু কেচ টো বন্ধ কৰি দিয়া ।

Comments

Popular Posts