প্ৰেমিকাৰ ফোন !!

এজনী প্ৰেমিকাই নিজৰ
প্ৰেমিকলৈ ৰাতি ১২.০০
বজাত ফোন কৰিছে ..
.
প্ৰেমিকা: - হেল্ল জানু..
প্ৰেমিক :- হয় কোৱা (আহি গল মাথা খাবলৈ)
.
প্ৰেমিকা:- কি কৰিছা..??
.
প্ৰেমিক :- একো নাই কৰা (হাল বাই আছো )
.
প্ৰেমিকা : - কোৱা না..?
.
প্ৰেমিক :-
একো নাইকৰা সোনজনী ( আধা ৰাতি মানুহে কৰে কি হা..! )
.
প্ৰেমিকা :- টোপনি অহা নাছিল
সেয়ে ভাবিলো এটা ফোন কৰো..
.
প্ৰেমিক :- ভালেই
কৰিলা (তেজখাইতি কাইলৈ অফিচ
দেৰী কৰোৱাবি তাৰমানে )
.
প্ৰেমিকা : - একদম ব'ৰ হৈ গৈছো.. গান
এটা গোৱা না..
.
প্ৰেমিক : - না না না (মোক কি FM
বুলি ভাবিছ হা.. )
.
প্ৰেমিকা:-- প্লিজ গোৱা না....
.
প্ৰেমিক :- কাইলৈ গাম হা... ( হে ভগৱান )
.
প্ৰেমিকা :- না না তুমি যদি সঁচাকৈয়ে মোক
ভাল
পোৱা তেন্তে এতিয়াই গাব লাগিব...
শুনোৱা না ৰোমাণ্টিক গান এটা ..
.
প্ৰেমিক :- কিন্তু তাৰ পাছত ফোন থবা টো??
( ফচিলো যেতিয়া উপায় নাই )
.
প্ৰেমিকা :- কিয় বেলেগ
কোনোবা পাখৰীয়ে ফোন কৰিব নে কি..??
.
প্ৰেমিক:- নহয় অ দাৰলিং ( সন্দেহ আৰম্ভ )
.
প্ৰেমিকা:- তেনেহলে কিয় ফোন ৰাখিব
কৈছা...
মোৰ শপত খোৱা...
.
প্ৰেমিক :- তোমাৰ শপত জান.. (মৰিলেও মৰ অ')
.
প্ৰেমিকা: - হব হব গোৱা এতিয়া...
প্ৰেমিক জনে গান গাব আৰম্ভ কৰিলে...
.
.
.
.
.
ফুলৌ কা তাৰ' কা.. চবকা কেহনা হে ....
এক হাজাৰৌ মে মেৰী বেহনা হে......
চাৰি ওমৰ হামে চঙ্গ ৰেহনা হে......!!!!
( যা আজিৰ পৰা আৰু গানৰ
কথা ভূলতো নকই ...বাপেক্কে)
প্ৰেমিকা:- আৰে এইটো গান কিয়
গাইছা....????
প্ৰেমিক:- মোৰ প্ৰিয় গান হয়..
( কিবা এটা টো বুজ..)
.
প্ৰেমিকা :- ঠিক আছে দিয়া মোৰ
টোপনি আহিছে হা...
বাই জানু....
.
প্ৰেমিক :- কিয় কত যোৱা তুমিও
এটা গোৱা না...
(কত পলাইছ তেজখাইতি..)
.
প্ৰেমিকা:- আজি নালাগে দিয়া বেলেগ
এদিন হা...বাই
গুদ নাইত..... টেইক কেয়াৰ জানু...!!
.
প্ৰেমিক:- চাল্লা জানু জানু কৈ জান খাই
দিলে বে....
হে হৰি ৩.০০ টা বাজিল চোন... এতিয়া শুম
কেতিয়া,
উঠিম কেতিয়া...???

Comments

Popular Posts