boil & fry

আমাৰ ঘৰৰ কাষৰ বৰা দাই
সকলো সময়তে ঘৈণীয়েকৰ সকলো কামতে দোষ
খুচৰি থাকে ।
যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil
কৰি দিয়ে তেতিয়া কয় fry কৰিব লাগিছিল ।
যদি fry কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব
লাগিছিল।
এদিন ঘৈণীয়েকে দুয়োটা কৰি দিলে,
এটা কণী boil, আৰু
আনটো কণী fry.
.
.
বৰা দাই বহুত সময় কণীকেইটা চাই থাকি কলে-
.
.
.
হেৰা, তুমি মুৰ্খ নেকি হে? মুৰত গোবৰ লৈ আছা?
যিটো কণী boil কৰিব লাগিছিল সেইটো fry
কৰি দিলা আৰু যিটো fry কৰিব লাগিছিল
সেইটো boil কৰি দিলা ।

Comments

Popular Posts