Facebook Song

Comment মাৰি ,মাৰি,মাৰি,মাৰি
,মাৰি,মাৰি অ' ভন্টি Facebook চলাই যাওঁ
account এৰি,এৰি,এৰি,এৰি,এৰি,এৰি অ'
ভন্টি তোমাৰ account চাও
Account ত msg দি মই reply
লৈয়ে বাটে চাম,chating ত মাতিলে মই
chating অতে বহি যাম
account এৰি,এৰি,এৰি,এৰি,এৰি,এৰি অ'
ভন্টি তোমাৰ account চাও
দুচকু
পিৰিক ,পিৰিক ,পিৰিক ,পিৰিক ,পিৰিক ,পিৰিক
অ' ভন্টি তোমাৰ photu চাও
কলিজা ধিপিচ,ধিপিচ,ধিপ
িচ,ধিপিচ,ধিপিচ,ধিপিচ যেতিয়া msg ৰ
reply পাও
ধুনীয়া profile pic ত মৰমৰে চুমা খাম ,
timeline ত লিখা আছে এটি মাথো তোমাৰ
নাম
কলিজা ধিপিচ,ধিপিচ,ধিপ
িচ,ধিপিচ,ধিপিচ,ধিপিচ যেতিয়া msg ৰ
reply পাও
জ্বলিছে উমি,উমি,উমি,উমি
,উমি,উমি বুকুতে facebook
ৰে জুই,তোমাকে জুমি,জুমি,জুমি,
জুমি,জুমি,জুমি চাই থাকিমযেন
ফোনটো কাষত লৈ
মৰমৰ msg ৰে inbox কৰি দিবা full,like আৰু
comment ৰে tag বোৰ কৰিদিবা full
তোমাকে জুমি,জুমি,জুমি,
জুমি,জুমি,জুমি চাই থাকিমযেন
ফোনটো কাষত লৈ
coment মাৰি ,মাৰি,মাৰি,মাৰি
,মাৰি,মাৰি অ' ভন্টি facebook চলাই যাওঁ
account এৰি,এৰি,এৰি,এৰি,এৰি,এৰি অ'
ভন্টি তোমাৰ account চাও.....

Comments

Popular Posts