Saraswati পূজা উপলক্ষে কেইটামান উপদেশ ::


"""ছোৱালীবোৰ কাৰণে"""
১/কাইলৈ কি পিন্ধিব আৰু কি নিপিন্ধিব আজিয়েই
থিক কৰি লোৱাঁ।
২/হোচতেলত থকা ছেৱালীবোৰে ৰাতি ৩টাত গা ধূই
লবা,ৰাতিপুৱা পানী নেথাকিবও পাৰে।
৩/হাৰপিক বা চেনিফ্রেচ জাতীয় বচতুৰে দাত
চফা কৰিব পাৰিবা।
৪/আজি ৰাতি ১২ বজাৰ পৰা কাপোৰ পিন্ধা,মেক-
আপ কৰা আৰম্ভ
কৰিবা,তেতিয়া হে কাইলৈ ৰাতি পুৱা ৭-৮ বজাত
যাবলৈ ৰেডি হব পাৰিবা।
৫/আজিয়েই আইনা চাই চাই হঁহাৰ প্রেকটিচ
কৰা,টিভিৰ পর্দাত যিকোনো মূহর্তত ওলাব পাৰে।
৬/ইমান
ধুনীয়াকৈ সাজি যাবা যেভিয়া,কোনোবা নহয়
কোনোবা ল'ৰা ক লাইন দিবলৈ নাপাহৰিবা।
৭/বাইকত উঠোতে ভাল দৰে ধৰি লবা কাৰণ বাইক
চালকজন বেলেগ ছোৱালীক চোৱাত Busy থাকিব
পাৰে।।।
"""লৰাবোৰৰ কাৰণে"""
১/বাইকখন আজিয়েই
মেৰামতি কৰি লবা,নহলে যিকোনো মূহর্তত
ধোকা দিব পাৰে।
২/বাইকত আজিয়েই পেট্টোল ভৰাই
লবা,কইলৈ পেট্টোল পাম্পত বহুত ভিৰ হব।
৩/হেলমেট পৰিধান কৰক,নহলে বেলেগ ছোৱালীক
বাইকৰ পিছত দেখিলে গালফ্রেণন্ডে কলিজা খাব।
৪/যিমান পাৰি বোর্ডি ম্প্রে ব্যৱহাৰ কৰিবা।
৫/পূজা উপলক্ষে কাইলৈ এবাৰ গা ধূবা।।।।।

Comments

Popular Posts