কিছুমান সঁচা কথা


………………………………………
১) কিছুমান মানুহ আছে যিয়ে পাদৰ গোন্ধ
পালে মুখখন কোচাই এনেকুৱা দেখাব যেন
পদা মানুহজনে সাংঘাটিক অপৰাধ
এটা কৰিলে আৰু নিজে যেন বাপ
জনমতো তেনে কৰি পোৱা নাই ।
২)কিছুমানে ৰাতিপুৱা উঠি এনেদৰে মুখ
ধোৱে যেন পৃথিৱীৰ আধা বীজাণু তেওঁৰ
মুখতেই আছে।
৩) বিয়া বা তেনে কিছু সামাজিক
অনুস্থানত বহুতে এনেকৈ খাই যেন ঘটোৎকচৰ
বংশধৰহে।
৪) কিছুমান ছোৱালীয়ে ষ্টাইল
কৰোতে কৰোতে মুখখনৰ
অৱস্থা এনেকুৱা হৈ যায়
যে ফাপৰে খোৱা জেগাখিনিও
বেয়াকৈ চকুত লগা হৈ পৰে।
৫)
বহুতকেইটা হাচি একেলগে আহিলে বহুতে শেষৰ
হাচিটো এনেকৈ মাৰে যেন ওচৰত
কোনোবা থাকিলে মোহাৰিহে পেলাব।আৰু
মাৰাৰ ষ্টাইল কি চাবা!
৬) বহুত ছোৱালীয়ে ফেচবুকত দিয়া পষ্টত
বেছিকৈ লাইক কমেণ্ট
পালে এনেকুৱা দেখায় যেন চালমান খান
নিজৰ এংগেজমেন্ট ভাঙি তাইকহে প্ৰপজ
দিলে।
৭) নিউজ চেনেলৰ ৰিপৰটাৰ
সকলে মাজে মাজে ইমান উত্তেজিত
হৈ বাতৰি দিয়ে যেন
আমি বাকী সকলো কাম বাদ দি এতিয়াই
আন্দোলনত নানামিলে যেন ডাঙৰ
কিবা এটা হৈ যাব।
৮) দুপেগ খায়েই বহুতে এনেকুৱা লেবেল
দিয়া আৰম্ভ কৰে যেন মুদ থাকিলে গোটেই
ৱাইন চপ খনেই খাই পেলাব।
৯) গাড়ী বা বাইক চলাই
গৈ থাকিলে বা গাড়ীত উঠি গৈ থাকোত
কিছুমানে সমুখেদি ৰাষ্টাতো ইমান ষ্টাইলত
ক্ৰছ কৰে যেন সেই
ৰাষ্টাতো বনাওতে শিলগুটিখিনি বাপেকেহে দিছে……
১০) আৰু শেষত……
.
.
.
.
.
.
.
.
.
.
.
.
চিৰিয়েল বা চিনেমা চাই থাকোতে বহুত
ছোৱালীয়ে ইমোচনেল চিনৰ সময়ত ইমান
কান্দে বা উচুপি উঠে যেন তাই তাইৰ
বয়ফ্ৰেন্দক মৰি গ'লেও নঠগাব
বা পাহৰি নাযাব ।

Comments

Popular Posts