কবিতা

মোবাইল ফ'ন ধুনীয়া মোৰ
গেলাক্সী আৰু লোমিয়া
লেপটপ ভাল নেলাগে
লৈ ফুৰিবলৈ অসুবিধা …
ঐ টু জি হল শামুক দৌৰ
কোনো কামত নোহোৱা ,
অ থ্ৰী জি ললে ভাল লাগে
নচলে লেহেমিয়া …
ফেচবুকত অনলাইন হবা
কি যে মষ্টি লগা,
হোৱাটচ্ এপ ঐ ভাল নেলাগে
মেচেজ দিয়া লোৱা …
ঐ ৰাতি ৰাতি অনলাইন হবা
শুবা দুপৰ নিশা
পুৱা মাৰৰ গালি খায়
দেৰিকৈ উঠিবা
অ পুৱা মাৰৰ গালি খায়
দেৰিকৈ উঠিবা ……

Comments

Popular Posts