kiss dayউপলক্ষে...........


.
.
প্ৰেমিকে প্ৰেমিকাক
kiss day ত পাৰ্কত লগ
ধৰিলে আৰু kiss
কৰিলে __!
.
.
প্ৰেমিক= Thank u
honey.... actualy মই
আজিলৈ কাকো kiss
কৰি পোৱা নাই । আৰু
জানানে honey ,
তোমাক kiss
কৰোতে তোমাৰ
চুইংগামটো মোৰ
মুখলৈ আহি গল ।
.
.
.
.
.
.
.
প্ৰেমিকা=
এইটো চুইংগাম নহয়
জানু । আচলতে মই
কেইবাদিনো কাহত
ভুগি আছো ।
সেইখিনি চাগে পুৰণি কফহে ।
@@@@@@@@
!
!
!
মৰেল= প্ৰেমিক
প্ৰেমিকা সকল
বহুদিনিয়া কাহ
হৈ থাকিলে kiss
নকৰাই মংগল । কাৰণ
এইটো Tb ৰ আন
এটা লক্ষণ ।

Comments

Popular Posts