¤Valentine's Day Special¤ ভেলেন্টাইন বাবে মোৰ ফালৰ পৰা বন্ধুসকললৈ ----


..
১. কালি ৰাতিপুৱাই শুই উঠি
ঠান্দা পানীৰে নোৱাৰিলে গৰম
পানীৰে হ'লেও গাতো ধুই লব ।
..
২. গা ধুই উঠি মূৰত অলপ
নবৰত্ন তেল লগাব, কাৰণ
নবৰত্ন তেলে আপোনাক বহুত
তেনচনত থাকিলেও আপোনাৰ
ডিমাগটো ঠান্দা কৰি ৰাখে ।
..
৩. কালি বোডি স্প্ৰে অলপ সৰহকৈ ব্যৱহাৰ কৰিব
যাতে
ওচৰৰ পৰাওঁ গাৰ গোন্ধ নাপায় ।
..
৪. যিসকলৰ বাইক আছে সিহতে আজি বাইকৰ
টাংকি ফুল কৰি পেট্ৰোল ভৰাউক
নহলে কালি পাৰ্কলৈ গৈ থাকোতে আধা বাটতে ধোকা দিব
পাৰে ।
..
৫. যিসকলৰ বাইক নাই ,
চাইকেল আছে সেইসকলে আজি চকা দুটাত
সৰহকৈ বায়ু ভৰাব ,কালি দুটা উঠিব লাগিব টো ।
..
৬. যিসকলৰ বাইক আৰু
চাইকেল নাই সেইসকলে আজি
সোনকালে শুৱ , অহাকালি বহুত খোজ কাঢ়িব লাগিব
টো ।
..
৭.দুটামান পইচা বছাবৰ কাৰণে "শণিবাৰ মই উপবাসে
থাকো "
এই দাইলগতো মাতিব পাৰে ।
..
৮.কাৰ থকাসকলে পাৰ্কৰ টেনচন নললেওঁ হয় কাৰণ
দেঞ্চিং কাৰ (pk)!
..
৯. আৰু যি সকলৰ প্ৰেয়সী নাই সেইসকলে মোৰ
দৰে এইদৰে চচিয়েল চাইটত টাইম পাচ কৰিব পাৰে !!

Comments

Popular Posts