Life

1/ জীৱনত দুটা বস্তু দেখিলে সদায় ভগৱান
নাম লব ....
=কোলা মেকুৰী আৰু বগা ছোৱালী
কিয়নো দুয়োটাই আপোনাৰ জীৱনলৈ বিপদ
কঢ়িয়াই অনাত সহায় কৰে ।
2/ জীৱনত দুটা বস্তুক কেতিয়াও জুকাই নলব....
= বৰলৰ বাহ আৰু পত্নী
কিয়নো দুয়োটাই আপোনাৰ বাবে বিপদ জনক

3/ জীৱনত দুটা কাম কেতিয়াও নকৰিব ......
= বিবাহ আৰু প্ৰাইভেট কোম্পানীৰ চাকৰি ।
কিয়নো বিবাহ কৰিলে পত্নীৰ গোলাম আৰু
প্ৰাইভেট কোম্পানীৰ কাম কৰিলে বচৰ
গোলাম হৈ জীৱন কটাব লাগিব ।
4/ জীৱনত দুটা বস্তুক সদায় বেছিকৈ গুৰুত্ব
নিদিব ....
= ফেচবুক আৰু প্ৰেমিকা
কিয়নো দুয়োটাই আপোনাৰ সময় নষ্ট কৰাৰ
লগতে টকাৰো ক্ষতি কৰে কিন্তু লাভ
একো নহয় .....
5/ জীৱনত দুটা বস্তু কেতিয়াও লগত
নেৰাখিব.......
= মদৰ বটল আৰু ধুনীয়া ছোৱালীৰ ফোন নম্বৰ ।
কিয়নো এই দুয়োটাৰে ক্ষেত্ৰত আপোনাৰ
মনটোক ধৰি ৰাখিব নোৱাৰিব ।
6/ জীৱনত দুটা বস্তু কেতিয়াও নচলাব.....
= আপোনাৰ ফটা মুখ আৰু ব্ৰেক নথকা চাইকেল

কিয়নো দুয়োটাৰে পৰিণতি ভয়ঙ্কৰ ।
7/ জীৱন দুটা ভুল কেতিয়াও নকৰিব .....
= নিজৰ পত্নীৰ আগত আনৰ পত্নীৰ
প্ৰশংসা আৰু নিজৰ প্ৰেমিকাৰ আগত আন
ছোৱালীৰ গুণ-গৰিমা ।
= দুয়োটাৰে পৰিণতি আপুনি অকল
সৰিয়া হৈ জীৱন কটাব লগা হব পাৰে |

Comments

Popular Posts