আইতাৰ কল্ডড্ৰিংকছ

এগৰাকী আইতাই কল্ড ডিংকছৰ বটল এটা লৈ চিনেমা হলত চিনেমা চাই আছিল। তেওঁ প্ৰতি ১০ মিনিটৰ,১৫মিনিটৰ মূৰে মূৰে বটল টো মুখত অকনমান লগাই আকৌ থয় I

ওচৰতে বহি থকা পাপুয়ে দেখি আছিল। তাৰ বহুত অসহ্য লাগিছিল I����

এটা সময়ত সি বটলটো কািঢ় লৈ একে বাৰতে খাই পেলালে আৰু ক'লে "এনেকৈ খাব লাগে"।
��
��
��
��
তাক শুনি আইতাই ক'লে "মইতো তামোলৰ পিক্ হে পেলাই আছিলো" ��

Comments

Popular Posts