মদৰ উপকাৰিতা চমুকৈ উল্লেখ কৰা হল :-


1. মদ খালে মানুহৰ ভিতৰত লুকাই থকা প্ৰতিভা প্ৰকাশ পাই । যিবোৰ মানুহে নচিবলৈ লাজ কৰে সিহতে দুই পেক খোৱাৰ পিছত বিয়া সভা সকলোতে অলপো লাজ নকৰাকৈ নাছিব পাৰে ।
2. মদে মানুহৰ আত্মবিস্বাস বঢ়াই । নিগনীক ভয় কৰা ব্যক্তিয়েই দুই পেক খোৱাৰ পিছত বাঘৰ দৰে গর্জন কৰে ।
3. মদ খালে মানুহ প্ৰকৃতি প্ৰেমি হৈ পৰে ।বহুতো মদাহীক মদ খোৱাৰ পিছত মটি , বোকা , নলা নর্দমা আদিত শুই থকা দেখা যাই ।
4. মদ খালে মানুহৰ ভাষা জ্ঞান বৃদ্ধি হয় । স্কুলৰ দোৱাৰ নেদেখা মানুহেও মদ খোৱাৰ পিছত ইংৰাজীত কথা কবলৈ আৰম্ভ কৰে...

Comments

Popular Posts