প্ৰেমিক-প্ৰেমিকাৰ বাৰ্তালাপ

▼▼▼▼▼

GF : খোজকাঢ়ি যাওঁতে কোনো ছোৱালীৰ
ফালে নাচাৱা । Ok ??
BF : Ok
GF : ফেচবুকত কোনো ছোৱালীৰ ফটোত Like
নিদিবা। Ok ??
BF : Ok
GF : পাৰিলে Zero DOT Facebook Use কৰিবা।
Ok ??
BF : Ok
GF : TV কমকৈ চাবা। Movie নাচাৱা কিন্তু,
আৰু যদিওঁ
চোৱা নায়িকাৰ ফালে নাচাৱা। Ok??
BF : Ok
GF : পাৰিলে বাতৰি কাকত পঢ়াৰ
চেষ্টা কৰিবা কিন্তু
বিনোদন পৃষ্ঠাৰ পিনে নাযাবা আৰু
মোবাইলত উল্টা-
পাল্টা Video নাচাৱা নহ'লে চকু
বেয়া হৈ যাব ।
বুজিছানে ???
BF : হুম ।
GF : তোমাৰ ঘৰখন Girl's হোষ্টেলৰ ওচৰত।
নহয়নে ??
BF : হয় ।
GF : ঘৰ বিক্ৰী কৰি দিয়া।
BF : কিন্তু সেইটো মোৰ দেউতাকৰ ঘৰ হয়।
দেউতাকে যদি শুনা পায়!
GF : তেতিয়াহ'লে সেইখন এৰি বেলেগ ঠাইত
ভাড়াঘৰত
থাকিবা। য'ত মালিকৰ
কোনো ছোৱালী নাই। আৰু
যদিওঁ থাকে নাচাৱা কিন্তু !!
BF : Ok
GF : সকলো মনত থাকিবনে ??
BF : ইমান ডাঙৰ List সকলো মনত নাই !!
GF : আকৌ কওঁ নেকি ??
BF : আকৌ ???
GF : মনত নাথাকিলে আকৌ ক'ব লাগিবতো।
BF : নালাগে নালাগে ! ইমান ডাঙৰ List
দি কোনো কাম নাই। তুমি অকল
এনেকুৱা এটা List
দিয়া যিটো List ত মাত্ৰ মই কোন কোন
ফালে চাব
পাৰোঁ সেইটো থাকে ।
GF : ভাল কথা।তুমি অকল তোমাৰ ভৰিৰ
আঙুলিৰ
ফালে চাই খোজকাঢ়িবা । Ok ??
BF : Ok
GF : That's my boy ! এই লোৱা Flying pappi
BF : ইমান কিবাৰ পিছত যে Pappi
দিছা এইটোওঁ
আকৌ Flying
GF : কিবা কৈছা নেকি মোক ???
BF : নাই ! এতিয়া যাওঁ ??
GF : Ok , যোৱা ।
( 4 ঘন্টা পিছত ফোনত )
GF : Baby তুমি ক'ত ??
BF : মেডিকেলত।
GF : কিয় ????
BF : তুমি কোৱাৰ দৰে ভৰিৰ আঙুলিৰ
ফালে চাই চাই
বাইক চলাই আহি আছিলো। তাৰ পিছত আৰু
একো মনত নাই। উঠি চাওঁ মেডিকেলত ।
GF : সাৱধান ! নাৰ্চৰ ফালে নাচাৱা ॥
                   ��������

Comments

Popular Posts