☞ What is Kamur ?


ছোৱালী - কি খবৰ ?
লৰা - খবৰ শুধিছা যে তুমি ডাক্তৰ
নেকি ?
ছোৱালী - নহয় মানে কি কৰি
আছা ?
লৰা - কিয় ? এনেই
আছো বুলি কলে তুমি কাম
দিবা নেকি ?
ছোৱালী - নহয় মানে শুনা চোন !
লৰা - তোমাক কিয় শুনিম ? তুমি
গান
নেকি ?
ছোৱালী - নহয় মানে তোমাৰ
লগত
কথা এটা আছিল !
লৰা - কিয় ? মই তোমাৰ বইফ্ৰেণ্ড
নেকি ?
ছোৱালী - নহয় মানে মোক সহায়
এটা কৰি দিব লাগিছিল !
লৰা - কিয় ? মোক পুলিচ
বুলি ভাবিছা নেকি ?
ছোৱালী - নহয় মানে মোক
ৰিচাৰ্জ
এটা ভৰাই দিব লাগিছিল !
লৰা - কিয় ? মোক লাপু চিম
বুলি ভাবিছা নেকি ?
ছোৱালী - মই কথা দিছোঁ ! মই
টকা পালে তোমাক ঘুৰাই দিম !
লৰা - কিয় কথা দিচা ? তুমি কি
তৰুণ
গগৈ নেকি ?
ছোৱালী - নহয় মানে তোমাৰ
প্ৰয়োজন হলে ঘুৰাই দিম !
তুমি চাগে এটিয়া বাহিৰত আছা
সেই
বাবে কলো ?
লৰা - তাতে কি হল ? মোক ঘৰৰ
পৰা খেদিলে বুলি ভাবিচা
নেকি ?
ছোৱালী - নহয়
মানে তুমি যে ৰাতি অলপ
বাহিৰলৈ উলাই যোৱা !
লৰা - তাতে কি হল ? মোক চুৰ
বুলি ভাবিছা নেকি ?
ছোৱালী - ( কি কামোৰ ) নহয়
মানে তুমি সকলোকে সহায় কৰা
যে !
লৰা - তাতে কি হল ? মোক
কাষ্টমাৰ
কেয়াৰ বুলি ভাবিছা নেকি ?
ছোৱালী - নহয় মানে তুমাৰ যে
বহুত
টকা আছে !
লৰা - তাতে কি হল ? মোক
চেন্ট্ৰেল
বেংক বুলি ভাবিছা নেকি ?
ছোৱালী - নহয় মানে মোকো
অলপ
সহায় কৰা না !
লৰা - কিয় ?
নিজকে ভিক্ষাৰী বুলি ভাবা
নেকি ?
ছোৱালী - নহয় মানে মোৰ হাতত
এতিয়া বৰ্তমান টকা নাই !
লৰা - কিয় ? কোনোবাই চুৰ
কৰি নিলে নেকি ?
ছোৱালী - নহয় মানে মই
এতিয়া নিজৰ
ঘৰত নাই !
লৰা - কিয় ? কাৰোবাৰ লগত পলাই
গলা নেকি ?
ছোৱালী - ( দাট মুখ কামোৰি )
নহয়
মানে মামা হতৰ ঘৰত আছো !
লৰা - কিয় ? নিজৰ ঘৰত যেগা নাই
নেকি ?
ছোৱালী -এতিয়া মই তোমাক
হাত
জুৰ
কৰিছো নেলাগে তুমাৰ সহায় !
লৰা - কিয় হাত জুৰ কৰিচা ? মই
কি ভগৱান নেকি ?
ছোৱালী - মোৰেই ভুল ! তোমাৰ
পৰা সহায় বিচাৰিলো !
লৰা - কিয় তুমাৰ ভুল ? তুমি কি ভুলৰ
খেতি কৰা নেকি ?
ছোৱালী - মই পাগল হই জাম
এতিয়া !
লৰা - কিয় ?
সৰুতে কুকুৰে কামোৰিছিল
নেকি ?
ছোৱালী - এই এইদাল যা !
লৰা - কিয় ? মোক কাৰেন্ট
বুলি ভাবিছা নেকি ?
ছোৱালী - মই এতিয়া মুৰত
থান্দা পানী ধালিব লাগিব !
লৰা - কিয় ? প্ৰেছাৰ উথিছে
নেকি ?
ছোৱালী - আজিহে গম
পালোঁ তুমি ইমান কামোৰ বুলি !
তোমাক দেখিলেই আজিৰ
পৰা লোকাব লাগিব !
লৰা - কিয় ?
তুমি বাংলাদেশী নেকি ?
ছোৱালী - হে প্ৰভু
নেলাগে আপোনাৰ সহায় !
লৰা - সচাকৈয়ে কৈছা নে ?
তেন্তে ধন্যবাদ ! আৰু কেতিয়াও
এনে ভুল নকৰিবা৷৷ ♞

Comments

Popular Posts