চিৰিয়েল চোৱা এফেক্ট

☞Class Seven ত পঢ়া ল'ৰা এটাই পঢ়াই থকা শিক্ষয়তী গৰাকীক সুধিলে, " মোক তোমাৰ কেনেকুৱা লাগে ?”
শিক্ষয়তী :- 2 U Sweet nd Qut...!!
ছাত্ৰ :- তেতিয়াহ'লে মই মোৰ মাম্মী-পাপাক তোমাৰ ঘৰলৈ কেতিয়া পথাম ?
শিক্ষয়তী :- কিয় ?











ছাত্ৰ :- আমাৰ কথাবোৰ আগবঢ়াবৰ বাবে !!
শিক্ষয়তী :- (খঙেৰে) এইবোৰ কি অদৰকাৰী কথা কৈছা ৷
♝▼


ছাত্ৰ :- টিউশ্যন ল'বৰ বাবে ৷ মিছ তুমিও নহয় TV চাই চাই একদম বেয়া হৈ গ'লা ৷৷
♔♔♔♔♔♔

Comments

Popular Posts