ছলিড ইনচাল্ট

গাৰ্লফ্ৰেন্ডে ফোন
কৰি কনটিক কলে ~"
মই আৰু তোমাক ভাল
নাপাও , নগেনদাকহে
ভাল পাও এতিয়া ,
তোমাৰ ওচৰত থকা
মোৰ ফটোকেইখন
ঘূৰাই দি পথাবা "
কিছু সময়ৰ পাছত
কনটিয়েওঁ ৫০ খন মান
ছোৱালীৰ ফটো
পঠিয়াই দি কলে ~ "
''তোৰ চেহেৰাটো
ভালকৈ মনত নাই মোৰ
, তোৰ ফটোকেইখন
বাছি লৈ ল , আৰু
বাকীকেইখন ঘূৰাই দে
সোনকালে "
গাৰ্লফ্ৰেন্ড বেহুচ
............... ....!!!!!!!!
ইয়াকে কয় "ছলিড
ইনচাল্ট"...:

Comments

Popular Posts