জানি থোৱা ভাল




মুখৰ ভিতৰৰ মস্ত দীঘল দীঘল কোৰ হেন ক'লা ক'লা তামোল খোৱা দাঁত‚ আৰু টিপি টিপি ধৰি ৰাখা অকস্মাতে উলায় যোৱা বহুত ডাঙৰ পাদ এই দুয়োটায়েই মানুহৰ মাজত উলায় গ'লে বহুত লাজ দিয়ে দেই।
.
.
চাইনিজ মোবাইলৰ বেটাৰী আৰু জিভা পানী পেলায় বস্তু পাম বুলি এসোপামান টকাৰ কাটি লোৱা লটাৰী‚ হেঃ হেঃ দুয়োটাৰে কোনো কাম নাই বন্ধুহঁত তেনেই বেকাৰ।
.
.
গাত এসোপামান খৰ খজুলি হোৱা পিঠীৰ ছাল আৰু ছোৱালীহঁতৰ মুখত শাল মইনাৰে ভৰ্তি গাল‚ হেঃ হেঃ একেই বহুত খহতা দেই ভেকুলিৰ চালখনৰ নিচিনা।
.
.
বাৰীৰ চুকৰ হাগনীৰে ভৰ্তি বাঁহনীৰ তল আৰু কিছুমান ল'ৰাৰ কাষলতীৰ তল মাঁকচম এই দুয়োটায়ে সমানেই দূৰ্গন্ধ বিয়পাই ।
.
.
আজিকালি বজাৰত যতে ততে পোৱা সহজলভ্য মুকুতাৰ মণি আৰু বগা বগা মস্ত মস্ত ব্ৰয়েলাৰৰ চালানী কণি এই দুয়োটায়ে অসাৰ কোনো গুন নাই কৈ থলো ।
.
.
অত্যাধিক মেকআপৰ কিছুমান বোৱাৰী‚ যিয়েই নিজকে সজাই লয় যেন মডেলিং ফেমিনা আৰু জুহাঁলত পুৰা আধা পুৰা বেঙেনা দেখিবলৈ কি দাল নো পাৰ্থক্য আছে দুয়োটাৰ মাজত একেই টোটোৰা পৰা।
.
.
তেল শেষ হোৱা চাঁকি আৰু চাকৰি কৰা মানুহক দোকানৰ বাকী দুয়োটায়ে এটা নিৰ্দিষ্ট সময়লৈকেহে থাকে ।
.
.
সাপ্তাহিক বজাৰত পোৱা বিষ বেথাৰ দুটকীয়া বাম আৰু এলেহুৱা মানুহক কৰিবলৈ দিয়া যিকোনো কাম দুয়োটায়ে একেই একো কাম নাই ফুটুকাৰ ফেন।
.
.
নিতৌ ঢলং পলংকৈ ঘুৰি ফুৰা ল'ৰা খায় লৈ মদ নামৰ মুটনী আৰু ফেচবুকীয়া ছোৱালীৰ ফোপজহী ফুটনি দুয়োটা একেই বেছি দিন নাথাকে পৃথিৱীত।
.
.
সৰু সৰু পোৱালীৰ লোজ মোচন আৰু ফেচবুকত মানৱৰ এমএজে ৰ বচন এই দুয়োটায়ে কেতিয়া কত উলায় যায় ঠিকণা নাই গতিকে সাৱধান ।

Comments

Popular Posts