।। - এজন ব্ৰিলিয়েন্ট ছাত্ৰৰ পৰীক্ষাৰ বহীত উত্তৰ লিখিছে চাওঁক


যিয়ে 100ৰ ভিতৰত 0 পাইছে.................
.
.
Q.1 কোনখন যুদ্ধত টিপু চুলতান ঢুকাইছিল ?
Ans - তেওঁৰ শেষ যুদ্ধখনত ।
.
Q.2 - ডিভোৰ্চৰ মেইন কাৰণ কি ?
Ans - বিবাহ ।
.
Q.3 - 15 আগষ্টক কি দিন বোলে ?
Ans - 14আগষ্টৰ পাছৰ দিনটোক 15আগষ্ট
দিন বোলে
.
Q.4 - মহাত্মা গান্ধী কেতিয়া জন্ম
হৈছিল?
Ans - তেওঁৰ birthday ত ।
.
Q.5 - আঠটা আম ছয়জন মানুহক কেনেকৈ
ভগাই দিবা ?
Ans - জুচাৰত মেংগো জুইচ বনাই
প্ৰত্যেককে গিলাচ হিচাবত
ভগাই দিম ।
.
Q.6 ইন্দীয়াত সকলোতকৈ বেচি বৰফ ক'ত
পৰে?
Ans. মদৰ গ্লাচত.

Comments

Popular Posts