হয় নে ?

.
* সকলোৱে জানে : ছোৱালী যিমানেই
ধুনীয়া নহওঁক , পাদিলেটো গোন্ধাব এ.!
( চিৰন্তন সত্য কথা ) .
.
* যিমানেই M.A ... B.A নকৰক কিয় গিৰীয়েকৰ
ঘৰত হাতা ঘূৰাবৈ এ লাগিব .! ( সেই বুলি
পঢ়িবলৈ মানা কৰা নাই আকৌ )
.
* বিউতি পাৰ্লাত যিমানেই মেকআপ নকৰক
দুদিনৰ পাছত আগৰ লেৰেলি যোৱা লাই পাতৰ
দৰেই হৈযায় .!
.
* যিমানেই তোমাৰ ভাল বন্ধু নহওঁক , এবাৰ
সিহঁতৰ মেল বহিব পালে , তোমাৰ image মা -
বেহেন কৰি দিয়ে
( সেইকাৰণে সকলোবোৰ কথা ছোৱালীৰ
আগত নকবা )
.
* most important point : তাইক তুমি যিমানেই
ৰিচাৰ্জ ভৰাই নিদিয়া , দিবটো প্ৰথম
তোমাক miss call এ
( অভ্যাস গত কামটো )
.
* তাই তোমাক যিমানেই চিনি নেপাঁওক কিয়
, প্ৰপোজ দিলে নাই কমেই এদিনৰ সময়
বিচাৰিবৈ .!
( নাজানোঁ এদিন সময় লৈ মোৰ কোনটো file ৰ
details চায় )

Comments

Popular Posts