২০২৫ চনৰ বিয়া... তলত উল্লেখ কৰা দৰে হ'বগৈ যেন লাগে

২০২৫ চনৰ বিয়া...
--------------------
পুৰুহিত: "কইনা-ঘৰীয়া আৰু দৰা-ঘৰীয়া সকলো Online হওঁক। 😃
দৰা জনক online হবলৈ কওঁক..
কইনাকো online হবলৈ কওঁক..."
.
সকলো online হোৱাৰ পিছত --
.
পুৰুহিত: (দৰা-কইনাৰ উদ্দেশ্যে) তোমালোক দুয়োৱে ফেচবুক-টুইটাৰ আদি social networking siteবোৰলৈ গৈ নিজৰ status Singleৰ পৰা Marriedলৈ সলনি কৰিবলৈ সাজু নে?" 😁
.
দৰা-কইনা (একেলগে): "হয়..." (তিনিবাৰ)
.
পুৰুহিত: "এতিয়া তোমালোক দুয়োৱে ফেচবুক, টুইটাৰ আৰু তোমালোক active থকা অন্য siteবোৰৰ 'Married To' optionটোলৈ গৈ এজনে আনজনৰ নামটো tag কৰি দিয়া..." 😉
.
দৰা-কইনা (একেলগে): "হয় কৰিলোঁ।" 😁
.
পুৰুহিত: "থিক আছে। এতিয়া বাকী কইনা-ঘৰীয়া আৰু দৰা-ঘৰীয়া সকলো Group Members-এ দৰা-কইনাক Flower Smiley পঠিয়াওক... 😌
বিবাহ সম্পন্ন হ'ল... 😃
তোমালোকৰ বৈবাহিক জীৱন সুখৰ হওঁক... 😊
দক্ষিণা স্বৰুপে মোক 4G Data Planৰ ছমাহৰ Recharge কৰি দিয়াৰ কৃপা কৰক... 😝
আৰু পুৰুহিত-বিদায় স্বৰুপে মোৰ website ত গৈ online payment কৰক..." 😁
😂😂😂

Comments

Popular Posts